পৃথ্বীৰাজ ৰাভা

অসমৰ ৰাজনীতিবিদ তথা অভিনেতা



পৃথ্বীৰাজ ৰাভা (জন্ম ১৯৫৭ চন) অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অভিনেতা। তেওঁৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু মাতৃ কনকলতা ৰাভা। তেওঁ অসমীয়া বোলছবি শ্ৰীমন্ত শঙ্কৰদেৱে (২০১০),[1]অহেতুক, লখিমী আৰু ফিৰিঙতিত অভিনয় কৰিছিল।[2] ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।[3]

পৃথ্বীৰাজ ৰাভা
জন্ম ০০ ডিচেম্বৰ, ১৯৫৭ (৬৭ বছৰ)
তেজপুৰ, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ-মাতৃ বিষ্ণুপ্ৰসাদ ৰাভা (পিতৃ)
কনকলতা ৰাভা (মাতৃ)

তথ্য সংগ্ৰহ সম্পাদনা কৰক