পেলিনড্ৰোম
পেলিনড্ৰোম (ইংৰাজী: Palindrom) হ’ল এনে কিছুমান বিশেষ শব্দ আৰু সংখ্যা যিবোৰ আৰম্ভণী বা শেষ দুয়োফালৰ পৰা পঢ়িলে শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ সাল সলনি নহয়; বা সংখ্যাৰ মান একেই থাকে (সংখ্যাৰ ক্ষেত্ৰত)। মূল গ্ৰীক শব্দ পেলিনড্ৰোমাছৰ (অৰ্থ: Running back again) পৰা ইংৰাজী পেলিনড্ৰোম শব্দটো আহিছে। অসমীয়া ভাষাত ইয়াক দ্বিমুখী শব্দ বা সংখ্যা বুলিব পাৰি। এনেধৰণৰ দ্বিমুখী শব্দ বা বাক্য সজাত যিসকল দক্ষ তেওঁলোকক ‘পেলিনড্ৰোমিষ্ট’ বুলি জনা যায়।
পেলিনড্ৰোম শব্দৰ উদাহৰণ
সম্পাদনা কৰকঅসমীয়া
সম্পাদনা কৰক- কথক
- জলজ
- নৱজীৱন
- নৱীন
- নয়ন
- মৰম
- সৰস
ইংৰাজী
সম্পাদনা কৰক- MADAM
- REFER
- NOON
- LEVEL
- CIVIC
- RADAR
- ROTOR
- KAYAK
- NON
- TIT
- LOL
- POP
পেলিনড্ৰোম সংখ্যাৰ উদাহৰণ
সম্পাদনা কৰক- ১১(11)
- ১০১(101)
- ২০২ (202)
- ২২২ (222)
- ২০০২ (2002)
- ১০২০১(10201)[1]
পেলিনড্ৰোম ভাষাৰ নাম
সম্পাদনা কৰক- EWE
- MALAYALAM (মলয়ালম)
- MAM
- NAURUAN
দীঘলীয়া পেলিনড্ৰোম শব্দ
সম্পাদনা কৰকSAIPPUAKIVIKAUPPIAS
পেলিনড্ৰোম বাক্যৰ উদাহৰণ
সম্পাদনা কৰকহিন্দী
সম্পাদনা কৰক- ৰাধা কী বুনী মে নীবু কী ধাৰা
তথ্যসূত্ৰ:
সম্পাদনা কৰক- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং:১৮১