পোগোজ স্কুল
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পোগোজ স্কুল (ইংৰাজী: Pogose School) বাংলাদেশৰ প্ৰাচীনতম বিদ্যালয়ৰ ভিতৰত অন্যতম। ১৮৪৮ চনৰ ১২ জুনত প্ৰতিষ্ঠাত এই বিদ্যালয়খন ঢাকা চহৰত স্থাপিত দেশখনৰ প্ৰথম বেচৰকাৰী বিদ্যালয়। পোগোজ স্কুলৰ প্ৰতিষ্ঠা কৰে এন. পি. পোগোজ বা নিকি পোগোজ, যি আছিল এজন আৰ্মেনীয় ব্যৱসায়ী, জমিদাৰ তথা ঢাকাৰ এজন প্ৰভাবশালী ব্যক্তি।
পোগোজ স্কুল | |
---|---|
স্থাপিত | ১৯৪৮ |
ধৰণ | বেচৰকাৰী বিদ্যালয় |
প্ৰধান শিক্ষক | ছৈয়দ জ়ুলফিকাৰ আলম চৌধুৰী (৪ আগষ্ট ২০১০ৰ পৰা) |
শিক্ষাৰ্থী | ১৫০০ প্ৰায় |
স্থান | চিত্তৰঞ্জন এভিনিউ, ঢাকা-১১০০ বাংলাদেশ |
চৌহদ | ৫ একৰ (২০,০০০ বৰ্গমিটাৰ) |