প্ৰগ্ৰামিং ভাষা বা প্ৰগ্ৰামিং লেংগুৱেজ (ইংৰাজী: Programming language) হ’ল এটা কৃত্ৰিম ভাষা যাৰ দ্বাৰা কোনো এলগৰিথম প্ৰকাশ কৰিব পৰা যায় বা কম্পিউটাৰ প্ৰ’গ্ৰাম লিখিব পৰা যায়। এই ভাষাৰ দ্বাৰা কোনো এটা যন্ত্ৰৰ সৈতে সংযোগ স্থাপন কৰি তাক বিশেষ নিৰ্দেশ প্ৰদান কৰা হয়। এই ভাষা কম্পিউটাৰ প্ৰগ্ৰামিংত ব্যাৱহাৰ কৰা হয়। প্ৰগ্ৰামিং ভাষাৰ সহায়ত কোনো এলগৰিথম এটিক যন্ত্ৰৰ ব্যাৱহাৰিতা আৰু নিয়ন্ত্ৰণ কৰিব পাৰি। চমুকৈ, প্ৰগ্ৰামিং লেংগুৱেজ মানে কম্পিউটাৰক নিৰ্দেশনা প্ৰদান কৰিব পৰা এটা কৃত্ৰিম ভাষা। কম্পিউটাৰৰ এই প্ৰগ্ৰামিং ভাষা বা লেংগুৱেজক তিনিটা ভাগত ভগাব পাৰি-[1]

  1. মেচিন লেংগুৱেজ (Machine Language),
  2. এচেম্বলি লেংগুৱেজ (Assembly Language), আৰু
  3. হাই-লেভেল লেংগুৱেজ (High-Level Language)

প্ৰগ্ৰামিং লেংগুৱেজৰ সংখ্যা অলেখ যদিও চি, জাভা, পাইথন আদি কেইটামান উল্লেখযোগ্য উদাহৰণ।

জাভা প্ৰোগ্ৰমিঙত লিখা এটা ছ'ৰ্ছ ক'ড

কেইটিমান প্ৰোগ্ৰামিং ভাষাৰ উদাহৰণ:

লগতে চাওকসম্পাদনা কৰক

লগতে পঢ়কসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Programing Language | গ্ৰন্থ : Programming Through C language | পৃষ্ঠা : ১ | Institute Of Computer Education (ICE), Dhupdhara | আহৰণ কৰা হৈছে=১৯ মে ২০২০

বাহ্যিক সংযোগসম্পাদনা কৰক