মহাযান পন্থীয় বৌদ্ধধৰ্মৰ মতে প্ৰজ্ঞাপাৰমিতাৰ অৰ্থ হ'ল 'জ্ঞানৰ পৰিপূৰ্ণতা'। প্ৰজ্ঞাপাৰমিতাই নিখুঁত ভাৱে বাস্তৱক চোৱাৰ পথটোক বুজাই, লগত এটা সূত্ৰক বুজাই। প্ৰজ্ঞাপাৰমিতা শব্দটো সংস্কৃতৰ দুটা শব্দ যোগ হৈ হোৱা; প্ৰজ্ঞা যাৰ অৰ্থ হ'ল জ্ঞান আৰু পাৰমিতা যাৰ অৰ্থ হৈছে নিখুঁততা বা পৰিপূৰ্ণতা। প্ৰজ্ঞাপাৰমিতা হ'ল মহাযান পন্থীয় বৌদ্ধধৰ্মৰ এটা কেন্দ্ৰীয় ধাৰণা যিটো শূন্যতা বা স্বভাৱশূন্য মতবাদৰ লগত জড়িত আৰু নাগাৰ্জুনৰ কৰ্মসমূহ।

মানৱীৰূপত প্ৰকাশ কৰা প্ৰজ্ঞাপাৰমিতা। অষ্টসাহস্ৰিকা প্ৰজ্ঞাপাৰমিতা সূত্ৰৰ পৰা।


অৱলোকিতেশ্বৰ. অষ্টসাহস্ৰিকা প্ৰজ্ঞাপাৰমিতা সূত্ৰ .

এডৱাৰ্ড ক'জৰ মতে, প্ৰজ্ঞাপাৰমিতাৰ সূত্ৰসমূহ হ'ল চল্লিশখন মান পুথিৰ এক সংগ্ৰহ যিবোৰ ১০০ খ্ৰীষ্টপূৰ্ব আৰু ৬০০ খ্ৰীষ্টাব্দৰ মাজত লিখা।[1] প্ৰজ্ঞাপাৰমিতাৰ সূত্ৰক আগতীয়া মহাযান সূত্ৰ বুলিও ভবা হয়।[2][3]

প্ৰজ্ঞাপাৰমিতা সূত্ৰৰ উল্লেখযোগ্য বিশেষত্ব হ'ল আনুৎপদ অৰ্থাৎ অজাত বা যাৰ আদি নাই। [4][5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Conze, E. Perfect Wisdom: The Short Prajnaparamita Texts, Buddhist Publishing Group, 1993
  2. Williams, Paul. Buddhist Thought. Routledge, 2000, pages 131.
  3. Williams, Paul. Mahayana Buddhism: The Doctrinal Foundations 2nd edition. Routledge, 2009, pg. 47.
  4. Buswell, Robert; Lopez, Donald S. Jr., eds. (2014), The Princeton Dictionary of Buddhism, Princeton University Press pg. 945 "In the PRAJÑĀPĀRAMITĀ literature and the MADHYAMAKA school, the notion of production comes under specific criticism (see VAJRAKAṆĀ), with NĀGĀRJUNA famously asking, e.g., how an effect can be produced from a cause that is either the same as or different from itself. The prajñāpāramitā sūtras thus famously declare that all dharmas are actually ANUTPĀDA, or “unproduced.”"
  5. King, Richard (1995), Early Advaita Vedānta and Buddhism: The Mahāyāna Context of the Gauḍapādīya-kārikā, SUNY Press pg.113 "It is equally apparent that one of the important features of the Prajnaparamita positition is that of the nonarising (anutpada) of dharmas."