প্ৰণবিৰাম বৰুৱা (ইংৰাজী: Pronobiram Boruah) আছিল এগৰাকী। আগখাৰী সঙ্গীত শিল্পী। [1]

প্ৰণবিৰাম বৰুৱা
জন্ম ১৯৩৮
সোণাৰি
ৰাষ্ট্ৰীয়তা হিন্দু
নাগৰিকত্ব ভাৰতীয়

জম্ম সম্পাদনা কৰক

প্ৰণবিৰাম বৰুৱা জন্ম ১৯৩৮ চনত সোণাৰিত হয়। [2]

শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

  • তেখেতে আকাশবাণী কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, তথা কণ্ঠশিল্পী ৰূপে স্বীকৃতি লাভ কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>
  • চিৰাজ আৰু একপল(হিন্দী) ছবি দুখনত অভিনয় কৰিছিল।

[3]

  • চিৰাজ আৰু মিৰিজীয়ৰী ছবি দুখনত ভূপেন হাজৰিাদেৱৰ লগত সহকাৰী হিচাপে সঙ্গীত পৰিচালনা কৰিছিল। ref>কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮</ref>

গ্ৰন্থৰাজি সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮
  2. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠ নং ২৮৮
  3. কথা বৰেণ্য, শোণিত বিজয় দাস, পৃষ্ঠা নং ২৮৮