প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

বড়ো ভাষাৰ প্ৰথমজন গৱেষক তথা ইণ্ডো তিব্বতীয় ভাষাৰো গৱেষক,সাহিত্যাচাৰ্য প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যই বড়োৰ লগতে অসমীয়া ভাষা- সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশিষ্ট অৱদান আগবঢ়াই থৈ গৈছে।[1] তেঁও বি বৰুৱা কলেজৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬২ চনত অধ্যক্ষ হয়।[2] তেঁও গুৱাহাটী বিশ্ববিদ্যালয়ত অংশকালীন অধ্যাপকৰূপেও যোগদান কৰিছিল। ২০১৮ চনৰ ১২ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।[2] [3]


জন্ম সম্পাদনা কৰক

প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯২৫ চনত নলবাৰীৰ দীঘেলীত। [4]

শিক্ষা সম্পাদনা কৰক

ক) অসমীয়া বিষয়ত স্নাতকোত্তৰ(১৯৫১)।

খ) পি এইচ ডি

কৰ্মৰাজি সম্পাদনা কৰক

কাকত সম্পাদনা সম্পাদনা কৰক

  • দৈনিক অসমীয়া
  • নতুন অসমীয়া


সাহিত্য কৰ্ম সম্পাদনা কৰক

(১) কবিতা সংকলন:-

  • সৰা ফুল
  • কুঁৱলীৰ আঁৰে আঁৰে

(২) গ্ৰন্থ:-

  • A Descriptive Analysis of the Boro Language[5]
  • Aspect of North East Indian Languages (2003)
  • অসমৰ জনজাতি[6]
  • অসমীয়া

সন্মান সম্পাদনা কৰক

(ক)কামৰূপ ৰত্ন [7]


(খ)প্ৰজ্গা ভূষণ

(গ)বডোফা উপেন ব্ৰক্ষ্ম বঁটা

(ঘ)কৃষ্ণকান্ত সন্দিকৈ সাহিত্য বঁটা

(ঙ)আনন্দৰাম বৰুৱা বঁটা

(চ)সৰ্বেশ্বৰ বৰদলৈ বঁটা

(ছ)গুৰুদেৱ কালীচৰণ ব্ৰক্ষ্ম বঁটা

(জ)সাহিত্যচাৰ্য

(ঞ)ডি লিট[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 ৰাভা হাকাচাম, উপেন (১ম প্ৰকাশ, জানুৱাৰী ২০১৩). ভাষা-সাহিত্যৰ স্ৰষ্টা-দ্ৰষ্টা আৰু সমাজ-নিৰ্মাতা. আঁক বাক প্ৰকাশন. 
  2. 2.0 2.1 "সাহিত্যাচাৰ্য ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাই". অসমীয়া প্ৰতিদিন. 12 Nov 2018. https://www.asomiyapratidin.in/pramod-bhattacharjee-no-more/। আহৰণ কৰা হৈছে: 20 August 2019. 
  3. নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২৫
  4. ভৰালী, হেমন্ত কুমাৰ. অসম কোষ. 
  5. Pramod Chandra Bhattacharya (1977). A Descriptive Analysis of the Boro Language. Department of Publication, Gauhati University. পৃষ্ঠা. 404. https://books.google.co.in/books/about/A_Descriptive_Analysis_of_the_Boro_Langu.html?id=9wEKAQAAIAAJ&redir_esc=y. 
  6. Pramod Chandra Bhattacharya (1962). Asamara janajāti. Asama Sāhitya Sabhā. পৃষ্ঠা. 350. https://books.google.co.in/books?id=--EhAAAAMAAJ&q=inauthor:%22Pramod+Chandra+Bhattacharya%22&dq=inauthor:%22Pramod+Chandra+Bhattacharya%22&hl=en&sa=X&ved=0ahUKEwipkoHIgZHkAhXTfH0KHbgMAvsQ6AEINzAD. 
  7. নৰ্থ লখিমপুৰ কলেজ আলোচনী, ২০১৭-১৮ বৰ্ষ, সম্পাদক- তুলিকা সেনাপতি, পৃষ্ঠা সংখ্যা-২৫