প্ৰশান্ত ৰাজগুৰু হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখক। দীৰ্ঘকাল সাংবাদিকতাৰে সৈতে জড়িত ৰাজগুৰু বৰ্তমান প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কৰ্মৰত।

প্ৰশান্ত ৰাজগুৰু
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা সাংবাদিক
লেখক
দূৰদৰ্শন প্ৰাগ নিউজ