পৰিধি
এডাল আৱদ্ধ বক্ৰৰেখাৰ সীমান্তৰ সমান দৈৰ্ঘ্যকে তাৰ পৰিধি (ইংৰাজী: Circumference) বোলা হয়।
পৰিধি | |
---|---|
![]() ইয়াৰ ‘d’ য়ে ব্যাস আৰু ‘C’ য়ে পৰিধিক বুজাইছে |
বৃত্তৰ পৰিধিসম্পাদনা কৰক
এটা বৃত্তৰ পৰিধি তাৰ ব্যাসৰ পৰা নিৰ্ণয় কৰা হয়:-
অথবা, ব্যাসৰ পৰিবৰ্তে ব্যাসাৰ্ধৰ পৰাও পৰিধি নিৰ্ণয় কৰা যায়:
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
- Numericana - Circumference of an ellipse
- Circumference of a circle With interactive applet and animation