পৰ্তুগীজ ৱিকিপিডিয়া
পৰ্তুগীজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পৰ্তুগীজ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 11,36,375 প্ৰবন্ধ আছে।
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | পৰ্তুগীজ |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | pt.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
পৰিসংখ্যা
সম্পাদনা কৰক২০২৪ চনত পৰ্তুগীজ ৱিকিপিডিয়াৰ ১১,৩৬,৩৭৫টা প্ৰবন্ধ, ৩১,৪৩,০০০ গৰাকী সম্পাদক, ৫১ গৰাকী প্ৰশাসক আৰু ৬৩,৭৩৭টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৮৭,২৮,৮৩৪।[1]