ফাতেহা-ইয়াজ-দাহম
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
ফাতেহা-ইয়াজ-দাহম( ইংৰাজী: Fateha-i-Yajdaham) ইছলামিক চন্দ্ৰ মাহৰ জুমাদা-আল-থানীৰ ১১ তাৰিখে ফাতেহা দোআজ দহাম নামেৰেও পৰিচিত ফাতেহা-ই-য়াজদাহাম উদযাপন কৰা হয়। ফাতেহা-ইয়াজ-দাহাম হৈছে কাদিৰিয়া চুফী মুজাহাবৰ প্ৰতিষ্ঠাপক হজৰত আব্দুল কাদিৰ জিলানী (ৰঃ)জন্মৰ স্মৃতিত উদযাপনৰ দিন।
ফাতেহ-ইয়াজ-দহাম | |
---|---|
عبد القادر الجيلاني | |
সম্পূৰ্ণ নাম | ফাতেহা-দোয়াজ-দহম |
প্ৰকাৰ | আধ্যাত্মিক |
তাৰিখ | ২০ তাৰিখ জুমাদি-আল-থানী ইছলামিক বৰ্ষপঞ্জী |
আচাৰ | বিশ্বজুৰি |
অৱধি | ১ দিন |
ইয়াক ফাতেহা দোআজ দহাম বুলিও কোৱা হয়। ইছলামিক নবী মহম্মদৰ জন্মদিনৰ ওচৰত ফাতেহা-ই-যজদাহাম পালন কৰা হয়। ইছলামত ই এক উল্লেখযোগ্য পালন, য’ত পৰিয়ালসমূহে নিজৰ মৃত আপোনজনক নামাজ আৰু সন্মান জনোৱাৰ বাবে একত্ৰিত হয়। তেওঁলোকে ফাতেহা, এটা প্ৰাৰ্থনা আগবঢ়ায় আৰু কোৰআনৰ আয়াত পাঠ কৰে।[1]
ইতিহাস
সম্পাদনা কৰকহজৰত আব্দুল কাদিৰ জিলানী (ৰঃ) পিতৃ আবু ছালে ইছলাম ধৰ্মৰ প্ৰবৰ্তক। আব্দুল কাদিৰ জিলানী সকলো পীৰৰ মুৰব্বী তথা প্ৰধান। ফাতেহা পালনৰ ভিতৰত পবিত্ৰ কোৰআন পঢ়া, মিলাদ অনুষ্ঠিত কৰা, হজৰত আব্দুল কাদিৰ জিলানী (ৰঃ)ৰ জীৱনৰ বিষয়ে আলোচনা কৰা, দুআ-মুনাজাত বা মিনতি (ব্যক্তিগত আৰু সামূহিক)ৰ জৰিয়তে ঈশ্বৰৰ আশীৰ্বাদ বিচৰা, আৰু বিশেষভাৱে প্ৰস্তুত কৰা তবৰুক (পবিত্ৰ খাদ্য) বিতৰণ কৰা আদি উপলক্ষ্যৰ বাবে। এই উপলক্ষে পুৰণি ঢাকাৰ কিছুমান বিশেষ অঞ্চলত কাৱালীৰ অধিবেশন অনুষ্ঠিত হয়। শিক্ষানুষ্ঠানত ঐচ্ছিক বন্ধৰ দিন।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক১. Somoynews.TV/News পৰা আহৰণ কৰা হৈছে: ২০২৪
২.Times Of India/Fateha-doaz-daham পৰা আহৰণ কৰা হৈছে: ১৫ ফেব্ৰুৱাৰী ২০১৬
৩.Bangla Wikipedia পৰা আহৰণ কৰা হৈছে
৪. Holiday-list পৰা আহৰণ কৰা
- ↑ https://bn.wikipedia.org/wiki/%E0%A6%97%E0%A7%87%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%B0%E0%A6%AD%E0%A7%80_%E0%A6%B6%E0%A6%B0%E0%A7%80%E0%A6%AB