ফাৰ্চী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফাৰ্চী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 9,32,026 প্ৰবন্ধ আছে।

Favicon of Wikipedia ফাৰ্চী ৱিকিপিডিয়া
Wikipedia-logo-v2-fa.svg
ইউ আৰ এল fa.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ফাৰ্চী
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২২ চনত ফাৰ্চী ৱিকিপিডিয়াৰ ৯,৩২,০২৬টা প্ৰবন্ধ, ১১,৫৩,০০০ গৰাকী সম্পাদক, ৩৪ গৰাকী প্ৰশাসক আৰু ৮২,৩১৮টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩,৫৫,৮৯,০৫৩।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

ফাৰ্চী ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক