ফাৰ্চী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফাৰ্চী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 10,07,204 প্ৰবন্ধ আছে।

Favicon of Wikipedia ফাৰ্চী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল fa.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ফাৰ্চী es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা

সম্পাদনা কৰক

২০২৪ চনত ফাৰ্চী ৱিকিপিডিয়াৰ ১০,০৭,২০৪টা প্ৰবন্ধ, ১৩,২৪,০০০ গৰাকী সম্পাদক, ৩৪ গৰাকী প্ৰশাসক আৰু ৯১,২৫৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩,৯৭,৮২,৬১৪।[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

ফাৰ্চী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

সম্পাদনা কৰক