নৃতাত্ত্বিকসকলৰ মতে কাও ব্লৱিং (ইংৰাজী: Cow blowing),[1] কুহব্লাচেন, [2] ফুঁকা বা ডুম ডেভ [3] হৈছে বহু দেশত গৰুৰ অধিক গাখীৰ উৎপাদন কৰিবলৈ ব্যৱহৃত এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত গৰুৰ যোনিত (বা কেতিয়াবা মলদ্বাৰত) বলপূৰ্বক বায়ু ভৰাই দিয়া হয়। এইদৰে গৰুজনীক অধিক গাখীৰ উৎপাদন কৰিবলৈ প্ৰৰোচিত কৰা হয়।

অধিক গাখীৰ উৎপাদন কৰিবলৈ খোইখোই জনগোষ্ঠীৰ ফুঁকা কাৰ্য, অজ্ঞাত চিত্ৰকৰৰ ছবি (১৭০০–১৭৪০ চন)

মহাত্মা গান্ধীয়ে গৰুৰ গাখীৰ ত্যাগ কৰাৰ বিষয়ে কয় যে "যিহেতু মই গম পাইছিলোঁ যে গৰু আৰু ম'হ ফুঁকাৰ বলি হয়, গতিকে গাখীৰৰ প্ৰতি মোৰ প্ৰবল বিতৃষ্ণাই বাহ লৈছিল।" [4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগসমূহ সম্পাদনা কৰক