ফৰাছী ৱিকিপিডিয়া
ফৰাচী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ফৰাচী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৬,৫৪,৮৫০ টা প্ৰবন্ধ আছে।
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | ফৰাচী |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | fr.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
পৰিসংখ্যা
সম্পাদনা কৰক২০২৪ চনত ফৰাচী ৱিকিপিডিয়াৰ ২৬,৫৪,৮৫০টা প্ৰবন্ধ, ৫০,৭৬,০০০ গৰাকী সম্পাদক, ১৪৬ গৰাকী প্ৰশাসক আৰু ৭২,৭৮১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ২২,০৯,৭৮,৯৯৭।[1]