বক্ষবন্ধনী হ'ল নাৰীৰ অন্তৰ্বাস যিয়ে সিহঁতৰ স্তনযুগল সঠিক স্থানত ৰখাত সহায়তা কৰে। ইংৰাজীত ইয়াক brassiere (সংক্ষেপে bra), হিন্দীত চোলী আৰু বাংলাত বক্ষবন্ধনী বা কাচুলি বুলি কয়।

বক্ষবন্ধনী পৰিহিতা জাপানী নাৰী, আকৃতি ৩২ডি (মাৰ্কিন) ৭০ই (ইউৰোপীয়)
বক্ষবন্ধনীৰ আগ ভাগ
বক্ষবন্ধনীৰ পিছ ভাগ

বিভিন্ন প্ৰকাৰ সম্পাদনা কৰক