শ (বঙালী)

বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩০তম আখৰ
(বঙালী আখৰ শৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত শ, আই-পি-এ:/ʃɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩০তম আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধা প্ৰাপ্ত হৈছে।

স্বৰববৰ্ণৰ সৈতে যোগ হ'লে সম্পাদনা কৰক

আ-- শা

ই-- শি

ঈ-- শী

উ-- শু

ঊ-- শূ

ঋ-- শৃ

এ-- শে

ঐ-- শৈ

ও-- শো

ঔ-- শৌ

শৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • শক্তি (শক্তি)
  • শান্তি (শান্তি)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি