বঙালী ৱিকিপিডিয়া
অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ
বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬১,১১৯টা প্ৰবন্ধ আছে।
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | বঙালী |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | bn |
Commercial | নহয় |
Registration | বৈকল্পিক |
Users | ৪,৭৮,৩৬৩ |
Current status | সক্ৰিয় |
ইতিহাস
সম্পাদনা কৰক২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।[1][2] ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।[3] ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।
পৰিসংখ্যা
সম্পাদনা কৰকবঙালী ৱিকিপিডিয়াত বৰ্তমান ১,৬১,১১৯টা প্ৰবন্ধ, ৪,৭৮,০০০জন সম্পাদক, ১৪জন প্ৰশাসক আৰু ১৯,৫৯৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭৮,২৯,৪০৬।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "একনজৰে বাংলা উইকিপিডিয়া". কালেৰ কণ্ঠ. http://www.kalerkantho.com/online/techbishwa/2017/02/25/467581। আহৰণ কৰা হৈছে: 2018-09-11.
- ↑ "১৪ বছৰে বাংলা উইকিপিডিয়া". কালেৰ কণ্ঠ. http://www.kalerkantho.com/print-edition/tech-everyday/2018/01/28/595065.
- ↑ "যুগ পেৰিয়ে বাংলা উইকিপিডিয়া". কালেৰ কণ্ঠ. http://www.kalerkantho.com/online/techbishwa/2017/02/25/467571। আহৰণ কৰা হৈছে: 2018-09-11.
- ↑ পৰিসংখ্যা
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত বঙালী ৱিকিপিডিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |