বঙালী ৱিকিপিডিয়া

অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ

বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৫১,৫৫৩টা প্ৰবন্ধ আছে।

Favicon of Wikipedia বঙালী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল bn.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা বঙালী es-us
পঞ্জীকৃত সদস্য ৪,৫৩,৭৮৬
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
মুকলি ২৭ জানুৱাৰী ২০০৪; ২০ বছৰ আগে
বৰ্তমান স্থিতি সক্ৰিয়

ইতিহাস সম্পাদনা কৰক

২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।[1][2] ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।[3] ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।

পৰিসংখ্যা সম্পাদনা কৰক

বঙালী ৱিকিপিডিয়াত বৰ্তমান ১,৫১,৫৫৩টা প্ৰবন্ধ, ৪,৫৪,০০০জন সম্পাদক, ১৪জন প্ৰশাসক আৰু ১৮,৩০১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭৩,২৮,০৪৭।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক