বড়োলেণ্ড বিশ্ববিদ্যালয়

বড়োলেণ্ড বিশ্ববিদ্যালয় (ইংৰাজী: Bodoland University) অসমকোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। অসম বিধানসভাত প্ৰস্তাৱিত "বড়োলেণ্ড বিশ্ববিদ্যালয় বিধেয়ক, ২০০৯"(Bodoland University Act 2009) অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপিত হৈছিল।[1] সমগ্ৰ নামনি অসমৰ শৈক্ষিক উন্নতিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ আৰু নেপালৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে। বৰ্তমান অধ্যাপক ডঃ হেমন্ত কুমাৰ বৰুৱা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য।[2]

বড়োলেণ্ড বিশ্ববিদ্যালয়
মূলমন্ত্ৰ श्रद्धावान् लभते ज्ञानम् (Reverent attains wisdom)
স্থাপিত ২০০৯
ধৰণ ৰাজহুৱা
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য অধ্যাপক ড° হেমন্ত কুমাৰ বৰুৱা
স্থান কোকৰাঝাৰ, অসম, ভাৰত
চৌহদ উপ-চহৰাঞ্চল
ৱেবছাইট www.bodolanduniversity.ac.in

বিভিন্ন বিভাগসমূহ সম্পাদনা কৰক

  • অসমীয়া বিভাগ
  • অৰ্থনীতি বিভাগ
  • বড়ো বিভাগ
  • ইংৰাজী বিভাগ
  • বুৰঞ্জী বিভাগ
  • ৰাজনীতি-বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • বাঁহ-প্ৰযুক্তি বিভাগ
  • ভূ-তত্ত্ব বিভাগ
  • ৰসায়ন-বিজ্ঞান বিভাগ
  • গণিত বিভাগ
  • কম্পিউটাৰ বিজ্ঞান বিভাগ
  • পদাৰ্থ-বিজ্ঞান বিভাগ
  • বাণিজ্যিক প্ৰশাসন বিভাগ
  • জৈৱ-প্ৰযুক্তি বিভাগ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "UGC State University Assam". UGC. http://www.ugc.ac.in/stateuniversitylist.aspx?id=3&Unitype=2। আহৰণ কৰা হৈছে: 8 September 2014. 
  2. "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304110316/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1513/at09। আহৰণ কৰা হৈছে: 2015-11-07. 

বহিঃসংযোগ সম্পাদনা কৰক