বড়োলেণ্ড বিশ্ববিদ্যালয়
বড়োলেণ্ড বিশ্ববিদ্যালয় (ইংৰাজী: Bodoland University) অসমৰ কোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। অসম বিধানসভাত প্ৰস্তাৱিত "বড়োলেণ্ড বিশ্ববিদ্যালয় বিধেয়ক, ২০০৯"(Bodoland University Act 2009) অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপিত হৈছিল।[1] সমগ্ৰ নামনি অসমৰ শৈক্ষিক উন্নতিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ আৰু নেপালৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে। বৰ্তমান অধ্যাপক ডঃ হেমন্ত কুমাৰ বৰুৱা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য।[2]
বড়োলেণ্ড বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | श्रद्धावान् लभते ज्ञानम् (Reverent attains wisdom) |
স্থাপিত | ২০০৯ |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | অধ্যাপক ড° হেমন্ত কুমাৰ বৰুৱা |
স্থান | কোকৰাঝাৰ, অসম, ভাৰত |
চৌহদ | উপ-চহৰাঞ্চল |
ৱেবছাইট | www |
বিভিন্ন বিভাগসমূহ
সম্পাদনা কৰক- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- বড়ো বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- উদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- বাঁহ-প্ৰযুক্তি বিভাগ
- ভূ-তত্ত্ব বিভাগ
- ৰসায়ন-বিজ্ঞান বিভাগ
- গণিত বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- বাণিজ্যিক প্ৰশাসন বিভাগ
- জৈৱ-প্ৰযুক্তি বিভাগ
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "UGC State University Assam". UGC. http://www.ugc.ac.in/stateuniversitylist.aspx?id=3&Unitype=2। আহৰণ কৰা হৈছে: 8 September 2014.
- ↑ "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304110316/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1513/at09। আহৰণ কৰা হৈছে: 2015-11-07.
বহিঃসংযোগ
সম্পাদনা কৰক- বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৱেবচাইট Archived 2015-07-27 at the Wayback Machine