বতৰ
বতৰ হৈছে কোনো স্থানৰ কোনো সময়ৰ বায়ুমণ্ডলীয় অৱস্থা। সাধাৰণত এদিনৰ এনে তথ্যকেই বতৰ বোলে, আৰু কেতিয়াবা কোনো নিৰ্দিষ্ট এলেকাৰ কম সময়ৰ বায়ুমণ্ডলীয় অৱস্থাকে বতৰ বোলা হয়। আনহাতে কোনো স্থানৰ দীৰ্ঘ সময়ৰ বতৰৰ উৎপত্তি ভিত্তিত সেই স্থানৰ জলবায়ু নিৰ্নয় কৰা হয়। বতৰ সদা পৰিবৰ্তনশীল এক চলক। বতৰ আৰু জলবায়ুৰ বিষয়ে বিজ্ঞানৰ যি শাখাত আলোচনা কৰে তাকে বতৰ বিজ্ঞান বেলা হয়।
বতৰৰ উপাদানসম্পাদনা কৰক
বতৰৰ উপাদান বুলিলে সেইসমূহ উপাদানকে বুজায়, যিবোৰৰ পৰিবৰ্তনৰ ভিত্তিতে কোনো স্থানৰ বায়ুমণ্ডলীয় অৱস্থাৰ পৰিবৰ্তন সূচিত হয়। বতৰৰ এনে উপাদানবোৰো হৈছে:
তথ্য সংগ্ৰহসম্পাদনা কৰক
বহিঃসংযোগসম্পাদনা কৰক
- Climate and Weather from UCB Libraries GovPubs
- The Economics of Extreme Weather Events on Society NOAA Economics
- Meteocentrale weather worldwide, weather and extreme weather for Switzerland
- RainRadar - Worldwide radar directory
- City weather and world time
- Weather Forecasts England and Worldwide
- Weather Forecasts Worldwide
- National Weather Service