বঙালী ৱিকিপিডিয়া

অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ
(বাংলা ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)

বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬৫,৬৭০টা প্ৰবন্ধ আছে।

Favicon of Wikipedia বঙালী ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in বঙালী
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL bn.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক
Users ৪,৮৬,৯৫০
Current status সক্ৰিয়

২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।[1][2] ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।[3] ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।

পৰিসংখ্যা

সম্পাদনা কৰক

বঙালী ৱিকিপিডিয়াত বৰ্তমান ১,৬৫,৬৭০টা প্ৰবন্ধ, ৪,৮৭,০০০জন সম্পাদক, ১৫জন প্ৰশাসক আৰু ১৯,৮৮৭টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮০,৪৭,১৫২।[4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক