বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।[1]
বাসন্তী এন. ভাটনায়ক | |
---|---|
ক্ষেত্ৰ | গণিত |
কৰ্মস্থান | মুম্বাই বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | মুম্বাই বিশ্ববিদ্যালয়, |
ডক্তৰেল পৰামৰ্শদাতা | এছ.এছ শ্ৰীখাণ্ডে |
ডক্তৰেল বিদ্যাৰ্থী | বিজয় জনাৰ্দন অভয়ংকৰ, য়হা টলেমি ৰুষ্টমী |
জনা যায় | সুষম অসম্পূৰ্ণ ব্লক ডিজাইন, লেখ সমীকৰণ, কম্পনাংক বিভাজন |
শিক্ষা আৰু কৰ্মজীৱন
সম্পাদনা কৰকতেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ১৯৭০ চনত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰিছিল। তেখেতেৰ গৱেষণাপত্ৰখনৰ শীৰ্ষক আছিল-Some New Results in PBIBD Designs and Combinatorics। এছ. এছ. শ্ৰীখাণ্ডে আছিল তেখেতৰ গৱেষক।[2] ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে বিশ্ববিদ্যালয়খনতে গণিত বিভাগৰ অধ্যাপকৰ পদত অধিষ্ঠিত হয়। আৰু পৰৱৰ্তী পৰ্যায়ত বিভাগৰ মুৰব্বী হিচাপে নিৰ্বাচিত হয়। [3] তেখেতৰ অধীনত বিজয় জনাৰ্দন অভয়ংকৰ, য়হা টলেমি ৰুষ্টমীয়ে গৱেষণা কৰি বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰিছিল। [4]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ বাসন্তী এন. ভাটনায়ক সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- ↑ বাসন্তী এন. ভাটনায়ক সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- ↑ Rao, Nithyanand (12 November 2017), "Celebrating Sharadchandra Shrikhande, the Mathematician Who Disproved Euler", The Wire, https://thewire.in/science/ss-shrikhande-math-latin-square-euler
- ↑ http://www.archive.mu.ac.in/scithesis_math.html