বাসুদেৱ দাসগুপ্ত
(বাসুদেব দাশগুপ্তৰ পৰা পুনঃনিৰ্দেশিত)
বাসুদেৱ দাসগুপ্ত বাংলা ভাষাত হাংৰি আন্দোলনৰ ছুটি গল্পকাৰ আৰু উপন্যাসিক। ১৯৩৮ চনৰ ৩১ ডিচেম্বৰত তেঁওৰ জন্ম হয়। মৃত্যু: ২০০৫ চনৰ ৩১ আগস্ট।
Basudeb Dasgupta | |
---|---|
Basudeb Dasgupta in Ashoknagar | |
জন্ম | ৩১ ডিচেম্বৰ, ১৯৩৮ |
মৃত্যু | ৩১ আগষ্ট, ২০০৫ (৬৬ বছৰ) |
পেচা | Novelist, Short Story Writer and School-teacher |
সাহিত্যিক বিপ্লৱ | Hungry generation |
সাহিত্যকৃতি
সম্পাদনা কৰক- উৎপাত (১৯৬২) উপন্যাস
- ৰন্ধনশালা (১৯৬৫) ছুটি গল্প
- খেলাধুলা (২০০৭) উপন্যাস
- লেনি ব্ৰুস ও গোপাল ভাঁড়কে (২০০৯) ছুটি গল্প
- ব্ৰেক ইয়ৰ চাইলেন্স (২০০৬) প্ৰবন্ধ
- মৃত্যুগুহা থেকে প্ৰথম কিস্তি (১৯৮৭) উপন্যাস
- বন্দী বাস্তবতা (১৯৮৬) বক্তৃতা সংকলন
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- কবিতীৰ্থ বাসুদেৱ দাসগুপ্ত সংখ্যা (২০০৬) - সম্পাদক উৎপল ভট্টাচাৰ্য।
- হাংৰি শ্ৰুতি ও শাস্ত্ৰবিৰোধী আন্দোলন (১৯৮৬) - ড. উত্তম দাস। কলিকাতা বিশ্ববিদ্যালয়।
- ক্ষুধিত প্ৰজন্ম (১৯৯৫) - ড. উত্তম দাস।
- একালেৰ গদ্য-পদ্য আন্দোলনেৰ দলিল (১৯৭০) - সত্য গুহ।