বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক

@Arunudoy: এই প্ৰবন্ধটোত তথ্যসূত্ৰ সংযোগৰ থল আছে। মূল ইংৰাজী প্ৰবন্ধটোৰ পৰা বহুকেইটা তথ্যসূত্ৰ আনি দিয়াৰ লগতে যথোচিত সম্পাদনা কৰি ইয়াক উন্নীত কৰিব পৰা যায়। গতিকে এই প্ৰবন্ধটোত বিলোপনৰ প্ৰস্তাৱটোৰ বিৰোধিতা কৰিছোঁ‌। ---Chandan Chiring Phukon Chat 11:25, 6 January 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

"অজিত কুমাৰ ডোভাল" পৃষ্ঠালৈ উভতি যাওক।