বাৰ্তা:অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা

মই নতুনকৈ আৰম্ভ কৰা চুটি চুটি প্ৰৱন্ধসমূহত এই প্ৰৱন্ধত উল্লেখ থকা কিছুমান পুৰণি কবিৰ বিষয়ে লিখা হৈছে। কিন্তু বানানৰ সাল-সলনিৰ বাবে হয়তো লিংকবিলাক লোৱা নাই। কোনোবাই এবাৰ চাই দিব। শিৱনাথ বৰ্মনৰ কিতাপখনত 'কবি' শব্দটো 'কৱি' বুলি লিখা বাবে এই অসুবিধাটো হৈছে। কিন্তু সেইসময়ত 'কৱি' শব্দটোও প্ৰচলিত হ'ব পাৰে বুলি মই সেইটো শুদ্ধ কৰা নাই। প্ৰতিটো 'কৱি' বানানৰ বাবেই 'কবি'ৰেও লিখি পুন:নিৰ্দেশ ৰখা উচিত হ'ব।-উদ্দীপতালুকদাৰ (talk) 08:19, 4 ডিচেম্বৰ 2012 (UTC)

"অসমীয়া ভাষাৰ উল্লেখযোগ্য কবিসকলৰ তালিকা" পৃষ্ঠালৈ উভতি যাওক।