বাৰ্তা:অসমৰ চলচ্চিত্ৰ

Latest comment: 7 বছৰৰ পূৰ্বে by Askar Ali Ahmed in topic Askar Ali

কিছুমান বানান ভুল চকুত পৰিছে। সেইখিনি ৰাতিলৈ ঠিক কৰি দিম। আন বস্তুত তুমি কাম কৰি থকা অৱস্থাত হাত নিদিওঁ। Gitartha.bordoloi 11:10, 6 অক্টোবৰ 2011 (UTC)

ধন্যবাদ। শুদ্ধ কৰি দিলে ভাল হব। অম্লান 12:15, 6 অক্টোবৰ 2011 (UTC) পাৰে যদি "থ্ৰিলাৰ"ৰ অসমীয়া প্ৰতিশব্দতো দি দিব।

১৯৮৭ চনত মুক্তিপোৱা দাৰা আহমেদ পৰিচালিত "প্রতিদান" কথাছবিৰ নামটো চকুত নপৰিল।দিলে ভাল পাম।--Dwijenmahanta 18:49, 29 নভেম্বৰ 2011 (UTC)

অসমীয়া ৱিকিৰ ৰাজ্যিক চলচ্চিত্ৰ বটা পৃষ্ঠাত ১৯৯৯-২০০০ চনৰ শ্ৰেষ্ঠ অভিনেতা বিভাস চক্ৰৱৰ্তী , (মহাৰথী )বুলি উল্লেখ আছে।কিন্তু এই পৃষ্ঠাত 'মহাৰথী' চিনেমা খনৰ উল্লেখ নাই দেখোন !
দ্বিজেন মহন্ত 19:00, 18 ফেব্ৰুৱাৰী 2012 (UTC) বাৰ্তা

Askar Ali সম্পাদনা কৰক

Askar Ali .

D O B = 12/06/1998 Askar Ali Ahmed (talk) 06:53, 6 July 2016 (ইউ.টি.চি.)উত্তৰ দিয়ক
"অসমৰ চলচ্চিত্ৰ" পৃষ্ঠালৈ উভতি যাওক।