পৰিচিতি অংশত সময়ৰ কিবা খেলি মেলি এটা এছে। ১৬১০ খ্ৰীষ্টাব্দত অসমলৈ আজান ফকীৰ অহা বুলি কোৱাৰ পাছৰ শাৰীতে খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত বুলি উল্লেখ কৰা হৈছে। পাছৰটো ভুল যেন লাগিছে।উদ্দীপতালুকদাৰ (talk) 18:59, 1 ডিচেম্বৰ 2012 (UTC)

"আজান পীৰ" পৃষ্ঠালৈ উভতি যাওক।