মৃত্যুৰ সময় সম্পাদনা কৰক

আমাৰ অসমৰ আজিৰ-বাতৰিটোত আদ্য শৰ্মাৰ মৃত্যুৰ সময় আবেলি ৫.৪০ বজা বুলি আছে। মই সেইমতে লিখি ৰাখিছোঁ। মই লিখাৰ আগতে দিনৰ প্ৰায় বাৰ বজা বুলি লিখা আছিল। তথ্য-সমল থকা কাৰণে মই ৫.৪০ টোকে ৰাখিলো।উদ্দীপতালুকদাৰ (talk) 17:59, 24 ফেব্ৰুৱাৰী 2015 (UTC)

"আদ্য শৰ্মা" পৃষ্ঠালৈ উভতি যাওক।