বাৰ্তা:ইণ্ডোনেছিয়া
Wrong Heading
সম্পাদনা কৰকমই ভাবো 'ইন্দোনেশিয়া' বানান টো ভুল হৈছে... ই 'ইণ্ডোনেছিয়া' হ'ব লাগে ।
ইন্দোনেছিয়া বুলিয়েই লিখা আছে । Sagir Ahmed Msa (talk) 20:22, 23 September 2015 (UTC)
আন এখন পেইজত "ইন্দোনেছিয়া" বুলি আছে । তাৰ পৰাই নতুন পেইজটো বনাইছোঁ । Sagir Ahmed Msa (talk) 20:25, 23 September 2015 (UTC)
উপৰোক্ত পেইজটোত "ইন্দোনেছিয়া" বুলি আছে । Sagir Ahmed Msa (talk) 20:28, 23 September 2015 (UTC)
- অসম বুক ডিপোৰ দ্বাৰা প্ৰকাশিত নতুন অসমীয়া ভূচিত্ৰাৱলীত (২০০৬) ইণ্ডোনেছিয়া বুলি পালো। অন্যান্য বানানবোৰৰ পৰা পুনৰ্নিৰ্দেশ একোটা দি থ'লেই হ'ব নিশ্চয়।--চন্দন চিৰিং ফুকন (talk) 03:45, 24 September 2015 (UTC)