বাৰ্তা:উদ্বৃত্তপত্ৰ

Latest comment: 3 বছৰৰ পূৰ্বে by Chiring chandan in topic শিৰোনাম

শিৰোনাম সম্পাদনা কৰক

@Chiring chandan: দা, শিৰোনামটো বেলেঞ্চ শ্বিট হিচাপে ৰখাতকৈ 'উদ্বৃত্তপত্ৰ' ৰাখিলে বেছি ভাল হয় যেন পাওঁ! যিহেতু অসমীয়া কিতাপে পত্ৰই এই 'বেলেঞ্চ শ্বিট' শব্দৰ অসমীয়া উদ্বৃত্তপত্ৰ শব্দটোকে ব্যৱহাৰ কৰে৷ ধন্যবাদ৷ কুলধৰ ৰাভা(আলোচনা) 12:06, 4 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

ৰিডাইৰেক্ট কৰি দিয়া। এনেকৈ দূয়োটা নাম থাকিব, কাৰণ বেলেঞ্চ শ্বিট বুলি নক'লে বহু লোকে বুজিয়েই নাপাব। --Chandan Chiring Phukon Let's chat 18:13, 4 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
"উদ্বৃত্তপত্ৰ" পৃষ্ঠালৈ উভতি যাওক।