কালি সন্ধ্যা নিউজ লাইভত পাইছিলোঁ কবীন ফুকন মৰণোত্তৰভাৱে সাহিত্য অকাডেমি লাভ কৰা তৃতীয়জন অসমীয়া সাহিত্যিক (আন দুজন কৃষ্ণকান্ত সন্দিকৈ আৰু স্নেহ দেৱী)। আজি "আমাৰ অসম"ত পালোঁ তেখেত দ্বিতীয়হে; প্ৰথমজন আছিল দেবেন্দ্ৰনাথ আচাৰ্য। সন্দিকৈ আৰু স্নেহ দেৱীৰ বাতৰিটো ঠিকেই আছে। দেবেন্দ্ৰনাথ আচাৰ্যৰ কোন চনত মৃত্যু হৈছিল ? Gitartha.bordoloi 09:38, 22 ডিচেম্বৰ 2011 (UTC)




"কবীন ফুকন" পৃষ্ঠালৈ উভতি যাওক।