বাৰ্তা:কাৰ্ত্তিক পূৰ্ণিমা
Latest comment: 3 বছৰৰ পূৰ্বে by অজয় দাস in topic নাম
This article was created as part of Festive Season 2020 online edit-a-thon, organized on 5th and 6th December 2020. |
নাম
সম্পাদনা কৰককাতিৰ সলনি কেৱল কাৰ্তিক কৰা ভাল। অসমীয়া কাতি মাহ আৰু হিন্দু দিনপঞ্জীৰ কাৰ্তিক মাহ সমতুল্য হলেও একে নহয়। সাধাৰণতে কাৰ্তিক পূৰ্ণিমা অসমীয়া আঘোণ মাহত হে পৰে।- অজয় কথা-বতৰা 14:40, 5 December 2020 (ইউ.টি.চি.)