খমেৰ বনাম ক্ষ্মেৰ সম্পাদনা কৰক

কিতাপে-পত্ৰই ক্ষ্মেৰ বুলিহে পাইছোঁ। খমেৰ নহ'ব মোৰ বোধেৰে। - চন্দন চিৰিং ফুকন ✉️ 03:17, 24 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

মইও "খমেৰ"তকৈ, ক্ষ্মেৰ সাম্ৰাজ্য টোহে উচিত হ'ব যেন পাইছোঁ। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমৰ জনজাতি ইত্যাদি কিতাপ-পত্ৰতো ক্ষ্মেৰ বুলিহে আছে। আপোনাৰ পৰামৰ্শ অনুসৰি শিৰোনামাটো সলাই দিয়া হ'ল।
Thesaurabhsaha (বাৰ্তা) 06:33, 24 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ক্ষ্মেৰ সাম্ৰাজ্য" পৃষ্ঠালৈ উভতি যাওক।