অসমীয়া খ্ৰীষ্টান সম্পাদনা কৰক

অসমত খ্ৰীষ্টান ধৰ্মৰ পৰা অৰ্থাৎ যীচুৰ পৰা কিছু মুক্তি পাই আছে। কাৰণ যীচু খ্ৰীষ্ট একমাত্ৰ ঈশ্বৰৰ পুত্ৰ। যিয়ে নিজক মানুহৰ পুত্ৰ বুলি আখ্যা দিছিল। তেখেতে কৈছিল যে, " for with me nothing shall be impossible" অথবা তেখেতে কৰিব নোবাৰা কাম একোবেই নাই। অসমত থকা বিভিন্ন জাতি-উপজাতিবোৰে যীচুৰ চৰণত আৱদ্ধ হোবা দেখা যায়। আনহাতে যীচুবে এটা গল্প কৈছিল,= | এসময়ত দুজন লোকে ধৰ্ম গৃহলৈ গৈছিল সেই দুজনে আছিল pastor and sinner person. পাছটোৰে প্ৰাৰ্থনা কৰিলে, " হে পিতৃ মই আনৰ দৰে অপৰাধি নহওঁ। মই সপ্তাহত প্ৰতি দিনে উপবাস লওঁ। আনহাতে পাপীয়ে ক'লে, " হে ভগবান মোক দয়া কৰা।" ঈশ্বৰে প্ৰথমজনৰ মাত নশুনিলে কিন্ত দ্ধিতীয়জনক শুনিলে। যীচুবে ক'লে- যিজনে নিজক ডাঙৰ বুলি ভাবে তেওঁক সৰু কৰা হ'ব আনহাতে যিয়ে নিজক সৰু কৰাজনক ডাঙৰ কৰা হ'ব। NEHEMIYA MARAK (talk) 04:52, 1 September 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক

"খ্ৰীষ্টান ধৰ্ম" পৃষ্ঠালৈ উভতি যাওক।