বাৰ্তা:চ্যু-হ্যুণ-মু'ঙ
"ৰজা চুপিম্ফাৰ (১৪৯৩-১৫৩৯) মৃত্যুৰ পাছতে ১৫৩৯ চনত তেওঁৰ পুতেক চুহুংমুং আহোম ৰাজপাটত উঠে।" ইয়াত চনটো ভুলকৈ লিখা হৈছে নেকি! বহুকেইখন বুৰঞ্জীত ৰজা চুপিম্ফাৰ ৰাজত্বকাল ১৪৯৩-১৪৯৭ খ্রীঃ আৰু ৰজা চুহুংমুং-ৰ ৰাজত্বকাল ১৪৯৭-১৫৩৯ খ্রীঃ বুলি লিখা আছে ৷ মৌচুমী (talk)
হয়, চনটো মাৰাত্মকভাৱে ভুল হৈছিল। শুধৰাই দিছোঁ। ধন্যবাদ আপোনাক। Chiring chandan
চ্যু-হ্যুণ-মু'ঙৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন চ্যু-হ্যুণ-মু'ঙক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।