বহুকেইটা বৈজ্ঞানিক শব্দৰ উপযুক্ত অসমীয়া সমাৰ্থক নাইপোৱা বাবে তেনেকৈয়ে এৰি গৈছোঁ৷ যেনে- Game bird, Tropical (বিষুৱীয় নে ক্ৰান্তীয়?),speciation, Plumage, cranial sutures,anterior thoracic vertebrae nictitating membrane ইত্যাদি৷ কাৰোৱাৰ হাতত সেইবোৰ থাকিলে বা কোনো প্ৰতিশব্দ উপযুক্ত বুলি ভাৱিলে অনুগ্ৰহ কৰি যোগ দি দিব৷জলি বৰা (talk) 08:05, 23 জানুৱাৰী 2013 (UTC)

"চৰাই" পৃষ্ঠালৈ উভতি যাওক।