বাৰ্তা:জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা
Latest comment: 4 বছৰৰ পূৰ্বে by Yuvomilan Dev Society in topic বিলোপন প্ৰত্যাহ্বান
বিলোপন প্ৰত্যাহ্বান
সম্পাদনা কৰকজোনাকী জাতীয় বিদ্যালয়, (Jonaky Jatiya Bidyalaya, Shimulchala) নামৰ প্ৰবন্ধটি বিলুপ্ত কৰা অনুচিত। কিয়নো, এইটোও সাধাৰণ ৱিকিপেডিয়াত থকা কিছুমান বিষয়ৰ নিচিনাই এটা বিষয়। ইয়াৰ দ্বাৰা বহুতেই উপকৃত হব বুলি মোৰ বিশ্বাস। মই ৱিকিপেডিয়াৰ কৰ্তৃপক্ষক জনাও যে Jonaky Jatiya Bidyalaya, Shimulchala নামৰ প্ৰবন্ধটি প্ৰকাশ কৰক। ধন্যবাদ।
Thank You Yuvomilan Dev Society (talk) 12:46, 5 February 2020 (ইউ.টি.চি.)
বিলোপন প্ৰত্যাহ্বান
সম্পাদনা কৰকJonaky Jatiya Bidyalaya, Shimulchala (জোনাকী জাতিয় বিদ্যালয়, শিমূলচালা) নামৰ প্ৰবন্ধ খন অসমীয়া Wikipedia ত প্রকাশ কৰা প্রয়জোন। এইটো বাতিল কৰাটো ঠিক নহব. অসমীয়া ৱিকিপিডিয়াত প্ৰকাশ কৰিবলৈ অনুৰোধ জনালো. ধন্যবাদ.