বাৰ্তা:টাবু টাইড
মোৰ কাম শেষ হ'ল। Babulbaishya
সত্যাপনযোগ্য তথ্য
সম্পাদনা কৰকজীৱিত মানুহৰ জীৱনী লিথা বৰ টান কাম। প্রবন্ধটোৰ কিছুমান দিশত চকু দিবলগীয়া আছে।
- লিখকৰ বিষয়টোৰ প্রতি মনোভাব প্রকাশ পাব নালাগে। সেয়ে ডাঙৰ লিখক, আদি জাতীয়বোৰ ব্যবহাৰ কৰিলে লগত উৰ্ধৃতি দিব লাগে। কাৰোবাৰ সন্ত্রাসবাদী কাৰোবাৰ বাবে মুক্তিযোদ্ধাও হ'ব পাৰি।
- জাতি, সম্প্রদায় আদি ব্যবহাৰ কৰোতে জেনেৰেলাইজ কৰিব নালাগে। যেনে পিচপৰা জাতি, অসম লাহেলাহেৰ দেশ, অসমীয়াবোৰ ধোদ আদি।
প্রভাকৰ শৰ্মা নেওগ 03:12, 8 ডিচেম্বৰ 2011 (UTC)