বাৰ্তা:তাৰাবিহ আৰু তাহাজ্জুদ নামাজৰ পাৰ্থক্য
বিলোপন প্ৰত্যাহ্বান
সম্পাদনা কৰক- তাৰাবিহ_আৰু_তাহাজ্জুদ_নামাজৰ_পাৰ্থক্য :-
1/ তাৰাবিহ নামাজ কেৱলমাত্ৰ ৰমজানত আদায় কৰা হয় কিন্তু তাহাজ্জুদ নামাজ গোটেই বছৰ আদায় কৰা হয় ।
2/ প্ৰায় সকলো মুহাদ্দিছ সকলে তাৰাবিহ আৰু তাহাজ্জুদৰ দুটা ভন্ন অধ্যায় উল্লেখ কৰিছে ইয়াৰ দ্বাৰা বুজা যায় মুহাদ্দিছ সকলোৰ দৃষ্টিত তাৰাবিহ আৰু তাহাজ্জুদ ভিন্ন নামাজ ।
3/ তাৰাবিহ নামাজ টোপনি যোৱাৰ আগত আদায় কৰা হয় কিন্তু তাহাজ্জুদ নামাজ ৰাতিৰ বিভিন্ন সময়ত আদায় কৰা হয় যদিওঁ সাধাৰণত ৰাতিৰ শেষৰফালে আদায় কৰা হয় |
4/ তাহাজ্জুদ নামাজ কোৰআন দ্বাৰা প্ৰমানিত (ছুৰা ইশ্বাৰা ) কিন্তু তাৰাবিহ নামাজ হাদীছ দ্বাৰা প্ৰমানিত | (মুছুন্নাফে ইবনে আবী শাইবা, হাদীছ নং ৭৭৭৪)