বাৰ্তা:দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ

অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা অ'থ অফ দা বায়ুপুত্ৰজ ‌‌বিক্ৰম৯৮ 02:50, 11 ডিচেম্বৰ 2013 (UTC)

"দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ" পৃষ্ঠালৈ উভতি যাওক।