বাৰ্তা:দ্য এলকেমিষ্ট (উপন্যাস)

অসমীয়াত the-শব্দটো 'দা' এনেকৈ লিখিব লাগে বুলি ভাৱো৷ 'দ্য' - এইটো বাংলা শৈলী৷ গতিকে এই প্ৰবন্ধৰ শিৰুনামা এনে হোৱা উচিত - দা এলকেমিষ্ট। ‌বিক্ৰম৯৮ 02:51, 11 ডিচেম্বৰ 2013 (UTC)

"দ্য এলকেমিষ্ট (উপন্যাস)" পৃষ্ঠালৈ উভতি যাওক।