বাৰ্তা:নামেৰি ৰাষ্ট্ৰীয় উদ্যান
প্ৰাণীকুল সম্পৰ্কীয় বিভাগত ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ চৰাইৰ সংখ্যা দিয়া হৈছে আৰু তাৰ উৎসৰ উদ্বৃতি দিয়া হৈছে। ই ভাল কথা। কিন্তু তাৰ লগত উদ্বৃতি দিয়া কামৰ লেখক দুজনৰ নাম উল্লেখ কৰা হৈছে আৰু এজনৰ কৰ্ম সংস্থানৰ বিষয়ে কৈ কৰ্মৰ প্ৰসংশা কৰা হৈছে। ৱিকিপিডিয়াৰ https://en.wikipedia.org/wiki/Wikipedia:Biographies_of_living_persons পৃষ্ঠাৰ অনুসৰি ই গ্ৰহণ যোগ্য নহয় যেন বোধ হল। সাধাৰনতে উদ্বৃতি দিলেই লিখকে উচিত স্বীকৃতি পায়। এই আশোৱাহ আতৰালে ভাল হয়।
নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন নামেৰি ৰাষ্ট্ৰীয় উদ্যানক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।