বাৰ্তা:নাহিদ আফৰীন
সদস্য:Rockteem Bhattachjree-এ এই প্ৰবন্ধটো সৃষ্টি কৰিছিল। উন্নতমানৰ নোহোৱা বাবে ইয়াত "ডিলীট" টেগ লগাই দিয়া হৈছিল। ইয়াৰ পাচত প্ৰবন্ধটো ভাল কৰিবলৈ কেইবাজনেও পৰামৰ্শ দিয়া সত্বেও তেওঁ একো নকৰাকৈয়ে "ডিলীট" টেগটো আতৰাই দি্ছে। ইয়াৰ উপৰিও তেখেতে "ভেণ্ডেলিজম" বুলিব পৰা কাম কেইবাটাও কৰিছে।
এই সদস্যজন পুনৰ এনে কামত লিপ্ত হ'লে বা প্ৰবন্ধটো ভালকৈ নিলিখাকৈ "ডিলীট" টেগ উঠাই দিলে তেওঁৰ একাউন্টটো ব্লক কৰা হ'ব পাৰে।
প্রভাকৰ শৰ্মা নেওগ (talk) 22:33, 4 September 2015 (UTC)
নাহিদ আফৰীনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন নাহিদ আফৰীনক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।