http://en.wikipedia.org/wiki/Wikipedia:Style চাব

প্রভাকৰ শৰ্মা নেওগ 23:25, 1 ডিচেম্বৰ 2011 (UTC)

This topic has a lot of templates that needs to be imported. If you see red links in the infobox then probably that is a template to be imported or an unwritten article.

প্রভাকৰ শৰ্মা নেওগ 23:36, 1 ডিচেম্বৰ 2011 (UTC)

বৈজ্ঞানীক পৰিভাষা সম্পাদনা কৰক

বৈজ্ঞানিক পৰিভাষা বিলাক অসমীয়া ৰূপান্তৰৰ বাবে আমাৰ ৱিকিপিডিয়াৰ এতিয়ালৈকে কোনো নীতি নাই। তথাপিতো, মইও কম্পিউটাৰ বিষয়ৰ পৰিভাষাবোৰ ইংৰাজীত যেনেকৈ আছে তেনেকৈ ব্যবহাৰ কৰোঁ: যেনে upload = উত্তোলন বোলাৰ পৰিবৰ্তে আপল'ড বোলাই শ্রেয়।

গতিকে এই বিষয়ত আমি কিবা নীতি গ্রহণ কৰি ঘোষণা কৰাৰ প্রয়োজন আছে। অলপ বিষয়টো লৈ চিন্তা কৰিবচোন।


প্রভাকৰ শৰ্মা নেওগ 06:15, 2 ডিচেম্বৰ 2011 (UTC)

"নিউট্ৰিন'" পৃষ্ঠালৈ উভতি যাওক।