বাৰ্তা:নিচি জনগোষ্ঠী
Latest comment: 1 বছৰৰ পূৰ্বে by Chiring chandan in topic নিশি > নিচি
নিশি > নিচি
সম্পাদনা কৰকউচ্চাৰণ অনুসৰি অসমীয়াত নিচি বা নিছি জনগোষ্ঠী বুলিহে সচৰাচৰ প্ৰচলিত। শব্দ ডট অৰ্গত নিচি বুলি আছে।-Chandan Chiring Phukon Chat 04:02, 21 April 2023 (ইউ.টি.চি.)
- @Thesaurabhsaha অনুগ্ৰহ কৰি মন কৰিব।-Chandan Chiring Phukon Chat 04:03, 21 April 2023 (ইউ.টি.চি.)
- প্ৰথমতে প্ৰবন্ধটোত মই নিছি জনগোষ্ঠী বুলিয়েই দিছিলোঁ। যদিওবা অৰুণাচল প্ৰদেশ নামৰ প্ৰবন্ধটোৰ "জনগাঁঠনি" অংশত নিশি বুলি উল্লেখ কৰা আছে। তাকে ভিত্তি কৰি পৃষ্ঠাটো স্থানান্তৰ কৰা হৈছিল।
- Thesaurabhsaha (বাৰ্তা) 05:24, 21 April 2023 (ইউ.টি.চি.)
- ইন্টাৰনেটত উপলব্ধ লেখসমূহৰ ওপৰত ভিত্তি কৰি প্ৰবন্ধটো "নিচি জনগোষ্ঠী" কৰি দিয়া হৈছে।
- Thesaurabhsaha (বাৰ্তা) 05:38, 21 April 2023 (ইউ.টি.চি.)
-
- @Thesaurabhsaha হয়। ভাষাটোৰ ক্ষেত্ৰটো এনে কৰা ভাল হ'ব মোৰ বোধেৰে। -Chandan Chiring Phukon Chat 05:44, 21 April 2023 (ইউ.টি.চি.)