নিশি > নিচি সম্পাদনা কৰক

উচ্চাৰণ অনুসৰি অসমীয়াত নিচি বা নিছি জনগোষ্ঠী বুলিহে সচৰাচৰ প্ৰচলিত। শব্দ ডট অৰ্গত নিচি বুলি আছে।-Chandan Chiring Phukon Chat 04:02, 21 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Thesaurabhsaha অনুগ্ৰহ কৰি মন কৰিব।-Chandan Chiring Phukon Chat 04:03, 21 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
 
প্ৰথমতে প্ৰবন্ধটোত মই নিছি জনগোষ্ঠী বুলিয়েই দিছিলোঁ। যদিওবা অৰুণাচল প্ৰদেশ নামৰ প্ৰবন্ধটোৰ "জনগাঁঠনি" অংশত নিশি বুলি উল্লেখ কৰা আছে। তাকে ভিত্তি কৰি পৃষ্ঠাটো স্থানান্তৰ কৰা হৈছিল।
Thesaurabhsaha (বাৰ্তা) 05:24, 21 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
 
ইন্টাৰনেটত উপলব্ধ লেখসমূহৰ ওপৰত ভিত্তি কৰি প্ৰবন্ধটো "নিচি জনগোষ্ঠী" কৰি দিয়া হৈছে।
Thesaurabhsaha (বাৰ্তা) 05:38, 21 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
 
@Thesaurabhsaha হয়। ভাষাটোৰ ক্ষেত্ৰটো এনে কৰা ভাল হ'ব মোৰ বোধেৰে। -Chandan Chiring Phukon Chat 05:44, 21 April 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক
"নিচি জনগোষ্ঠী" পৃষ্ঠালৈ উভতি যাওক।