যিমান পাৰি নিৰপেক্ষ ভাষাৰে সম্পাদনা কৰিছোঁ। অধিক তথ্যসূত্ৰ উল্লেখ কৰিব লাগিব। ব্যক্তিৰ ঠিকনা থকা উচিত নহয় বাবে আৰু তথ্যসূত্ৰ হিচাপে ব্ল'গ আদৰণীয় নহয় বাবে সেই দুটা আঁতৰাই দিছোঁ। Gitartha.bordoloi 10:36, 6 অক্টোবৰ 2011 (UTC)

"নীলিম কুমাৰ" পৃষ্ঠালৈ উভতি যাওক।