বাৰ্তা:নৱগ্ৰহ মন্দিৰ, গুৱাহাটী

কোনো লেখকৰ দ্বাৰা লিখিত প্ৰবন্ধ নহৈ, ৱেবছাইটৰ প্ৰবন্ধ হ'লে গোটেই লিংকটোৱেই দি দিয়া ভাল হ'ব নেকি? 117.198.48.109 ১৪:৪৫, ২৯ চেপ্তেম্বৰ ২০১১ (UTC)

ঠিক আছে৷ ৱেবচাইটৰ প্ৰবন্ধ হ'লে গোটেই লিংকটো দিয়াটো ভাল হ'ব৷ কিন্তু এই লেখাটোৰ সকলো কথা শান্তনু কৌশিক বৰুৱাৰ কিতাপৰ পৰা একেদৰে লোৱা হৈছে৷ অৱশ্যে ৱেবচাইটত চাওতেও একেখিনি কথাই পালোঁ৷ গতিকে তাক বৰ্হি সংযোগ হিচাপে ৰখা হ'ল৷

Anjal Borah ০৬:০৭, ৩০ চেপ্তেম্বৰ ২০১১ (UTC)

"নৱগ্ৰহ মন্দিৰ, গুৱাহাটী" পৃষ্ঠালৈ উভতি যাওক।