বাৰ্তা:পূবেৰুণ (চলচ্চিত্ৰ)

শিৰোনামা "পূবেৰুণ", কিন্তু ভিতৰৰ কথাখিনি "ৰ‍ঙা পুলিচ"ৰ ? ‍‍Gitartha.bordoloi ১৮:২৭, ২০ আগষ্ট ২০১১ (UTC)

মই তোমাৰ মন্তব্যটো ইমান দিনে দেখাই নাছিলো! আচলতে মই মূল ছেকচন বিলাক একে ৰাখিবৰ কাৰণে প্ৰথমে existing article এটাৰপৰা লিখা খিনি কপি কৰি লওঁ, সেয়ে লগে লগে চালে , সেই গোলামালটো দেখা যায়। এইবাৰৰপৰা মই প্ৰথম ছেভ কৰাৰ আগেয়ে মূল ছেকছনকেইটা বাদ দি বাকীখিনি ডিলিট কৰিহে ছেভ কৰিম দিয়া। উদ্দীপতালুকদাৰ ১০:২১, ৩১ আগষ্ট ২০১১ (UTC)

"পূবেৰুণ (চলচ্চিত্ৰ)" পৃষ্ঠালৈ উভতি যাওক।