prion নামটো সম্বন্ধে সম্পাদনা কৰক

prion-ৰ উচ্চাৰণ প্ৰিঅ'ন-হে হয়। গতিকে আগৰ নামটোৱই শুদ্ধ আছিল। উচ্চাৰণটো আৰম্ভণিৰ অডিঅ' লিংকটোতে আছে। উদ্দীপতালুকদাৰ 12:59, 13 জানুৱাৰী 2012 (UTC)

অ' মই আকৌ Dictionary.comক বেছি বিশ্বাস কৰিলোঁ ! Gitartha.bordoloi 13:05, 13 জানুৱাৰী 2012 (UTC)
"প্ৰিয়ন" পৃষ্ঠালৈ উভতি যাওক।