Suggested Translation into Assamese

সম্পাদনা কৰক

প'গ' টিভি এটি উপগ্ৰহীয় বিদুৰদৃষ্টিধাৰা যি তন্ত্ৰীমাধ্যমৰ দ্বাৰাও ঘৰে ঘৰে বিদুৰদৃষ্টিযন্ত্ৰত উপলব্ধ হয়। এই বিদুৰদৃষ্টিধাৰাত কেইবাখনো চিত্ৰলৈখিক আৰু অনতিবিলম্বিত ক্ৰিয়াদৃশ্য সম্প্ৰচাৰিত হয়।

  • উপগ্ৰহীয় বিদুৰদৃষ্টিধাৰা = Satellite television Channel
  • তন্ত্ৰীমাধ্যম = Cable Channel
  • বিদুৰদৃষ্টিযন্ত্ৰ = Television Set  : Bidur, in Mahabharata, could see from remote
  • চিত্ৰলৈখিক = Animated  : Chitralekha (deity) , the consort of Ketu & the friend of Goddess Usha, could bring into life dream-image
  • অনতিবিলম্বিত ক্ৰিয়াদৃশ্য = Live Action Show
"প’গ’ টিভি" পৃষ্ঠালৈ উভতি যাওক।