এই প্ৰৱন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰা হৈছে | উক্ত ঠাইতো তথ্যৰ কোনো উত্‍স উল্লেখ কৰা হোৱা নাই | কাৰোবাৰ হাতত এই তথ্যসমূহৰ উত্‍স থাকিলে অনুগ্ৰহ কৰি সন্নিৱিষ্ট কৰিব | Gitartha.bordoloi ১৯:৪৭, ৪ আগষ্ট ২০১১ (UTC)

আত্মজীৱনীৰ নাম সম্পাদনা কৰক

ফণী শৰ্মাৰ আত্মজীৱনীখনৰ নামটো 'ৰং-বেৰং' হ'ব লাগে। মোৰ হাতত এতিয়াই কিতাপখন নাই যদিও ভালকৈয়ে মনত আছে, কাৰণ বানানটো দেখি মোৰ অলপ খোকোজা লাগিছিল। উদ্দীপতালুকদাৰ ১৮:৪০, ১৩ চেপ্তেম্বৰ ২০১১ (UTC)

"ফণী শৰ্মা" পৃষ্ঠালৈ উভতি যাওক।